logo

আজি ৪৪ নং পশ্চিম পাকা গাঁও পঞ্চায়তৰ অনৰ্গত তেলেৰীয়া গাঁওত 5No word আৰু 7No word মিলি এখন IPL খেল আয়োজিত কৰা হয়। উক্ত ক্

আজি ৪৪ নং পশ্চিম পাকা গাঁও পঞ্চায়তৰ অনৰ্গত তেলেৰীয়া গাঁওত 5No word আৰু 7No word মিলি এখন IPL খেল আয়োজিত কৰা হয়। উক্ত ক্ৰিকেট খেলত উপস্থিত থাকে সন্মানীয় ছইবৰ ৰহমান ছাৰ,মিনাক্ষী ৰহমান বাইদেউ,ৰাইজৰ দলৰ আব্দুল জলিল ডাঙৰীয়া,বিশিষ্ট যুৱ সমাজ কৰ্মী ডক্টৰ মিনহাজ আলী ডাঙৰীয়া ও অঞ্চলৰ মুৰব্বীয়ান সমাজ।তেখেত সকলৰ এই উপস্থিতিক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

14
16472 views